This blog is about news, songs, amazing facts, General knowledge, current affairs, poem, etc.....
ছহিদ
যাৰ তেজত তিৰবিৰাইছিল তৰালি, বুকুত, গুণগুণাইছিল মৌমাখি – সি নিজানে নিতালে শুই আছে।
শিতানত তাৰ তেজে খোৱা মাটি।
No comments:
Post a Comment