জিলিকা পাখীৰে
জিলিকা পাখীৰে
অ' সোণ ম'ৰা চৰাই
ৰঙা সেউজীয়া তৰা ফুটীয়
তোৰ গোট সাবটে
অ' সোণ ম'ৰা চৰাই !
জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি
তোৰ মৰমৰতে মৰো
অ' সোণ ম'ৰা চৰাই ।
জ্যোতিপ্ৰসাদ আগৰৱালা
No comments:
Post a Comment