হীৰুদা আপোনাৰ ৩য় মৃত্যু বাৰ্ষিকীত আপোনাক আমাৰ সোণপাহী blogৰ পৰা সহৃদয়ে সোঁৱৰিছো। আপোনাৰ সৃস্টি সদায় যেন অমৰ হৈ থাকে তাৰে কামনা কৰিলো।
আপোনাৰ সৃস্টিক আমি সদায় চিৰযুগমিয়া কৰাৰ অৰ্থে আমাৰ সোণপাহী blogৰ পৰা এটি সামান্য প্ৰচেস্টা।
শেষত সোণপাহী ব্লগৰ হৈ আপোনালৈ অশেষ শ্ৰদ্ধা যাচিলো।
অংশুমান গগৈ
সম্পাদক, সোণপাহী